caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yaseen, আয়াত ৬৮

মক্কা · অৱতৰণৰ ক্ৰম ৪১ · 36:68

وَمَن نُّعَمِّرْهُ نُنَكِّسْهُ فِى ٱلْخَلْقِ أَفَلَا يَعْقِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70