caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yaseen, আয়াত ৬৯

মক্কা · অৱতৰণৰ ক্ৰম ৪১ · 36:69

وَمَا عَلَّمْنَٰهُ ٱلشِّعْرَ وَمَا يَنۢبَغِى لَهُۥٓ إِنْ هُوَ إِلَّا ذِكْرٌ وَقُرْءَانٌ مُّبِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70