caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Sajda, আয়াত ২১

মক্কা · অৱতৰণৰ ক্ৰম ৭৫ · 32:21

وَلَنُذِيقَنَّهُم مِّنَ ٱلْعَذَابِ ٱلْأَدْنَىٰ دُونَ ٱلْعَذَابِ ٱلْأَكْبَرِ لَعَلَّهُمْ يَرْجِعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি সিহঁতক মহা শাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70