caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Luqman, আয়াত ১৮

মক্কা · অৱতৰণৰ ক্ৰম ৫৭ · 31:18

وَلَا تُصَعِّرْ خَدَّكَ لِلنَّاسِ وَلَا تَمْشِ فِى ٱلْأَرْضِ مَرَحًا إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা, লগতে পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70