caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Room, আয়াত ১৭

মক্কা · অৱতৰণৰ ক্ৰম ৮৪ · 30:17

فَسُبْحَٰنَ ٱللَّهِ حِينَ تُمْسُونَ وَحِينَ تُصْبِحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, যেতিয়া তোমালোকে সন্ধাত উপনীত হোৱা আৰু পুৱাৰ ভাগত উপনীত হোৱা,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70