caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Room, আয়াত ১৫

মক্কা · অৱতৰণৰ ক্ৰম ৮৪ · 30:15

فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَهُمْ فِى رَوْضَةٍ يُحْبَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে জান্নাতত সুখ-শান্তিত থাকিব;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70