caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ankaboot, আয়াত ৬৫

মক্কা · অৱতৰণৰ ক্ৰম ৮৫ · 29:65

فَإِذَا رَكِبُوا۟ فِى ٱلْفُلْكِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ إِذَا هُمْ يُشْرِكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে বিশুদ্ধচিত্তে একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া সিহঁতে শ্বিৰ্কত লিপ্ত হয়;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70