caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qasas, আয়াত ৭৪

মক্কা · অৱতৰণৰ ক্ৰম ৪৯ · 28:74

وَيَوْمَ يُنَادِيهِمْ فَيَقُولُ أَيْنَ شُرَكَآءِىَ ٱلَّذِينَ كُنتُمْ تَزْعُمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেইদিনা তেওঁ সিহঁতক মাতি ক’ব, ‘তোমালোকে যিবোৰক মোৰ অংশী বুলি গণ্য কৰিছিলা, সিহঁত ক’ত’?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70