caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qasas, আয়াত ৪৪

মক্কা · অৱতৰণৰ ক্ৰম ৪৯ · 28:44

وَمَا كُنتَ بِجَانِبِ ٱلْغَرْبِىِّ إِذْ قَضَيْنَآ إِلَىٰ مُوسَى ٱلْأَمْرَ وَمَا كُنتَ مِنَ ٱلشَّٰهِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(হে নবী!) আমি যেতিয়া মুছাক বিধান দিছিলোঁ তেতিয়া তুমি (তূৰ পৰ্বতৰ) পশ্চিম প্ৰান্তত উপস্থিত নাছিলা আৰু প্ৰত্যক্ষদৰ্শীসকলৰো অন্তৰ্ভুক্ত নাছিলা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70