قَالَ أَفَرَءَيْتُم مَّا كُنتُمْ تَعْبُدُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰি আছা,