ثُمَّ جَآءَهُم مَّا كَانُوا۟ يُوعَدُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল, সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আহি পৰে,