caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shu'araa, আয়াত ১৯

মক্কা · অৱতৰণৰ ক্ৰম ৪৭ · 26:19

وَفَعَلْتَ فَعْلَتَكَ ٱلَّتِى فَعَلْتَ وَأَنتَ مِنَ ٱلْكَٰفِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা, আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70