caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shu'araa, আয়াত ১৬

মক্কা · অৱতৰণৰ ক্ৰম ৪৭ · 26:16

فَأْتِيَا فِرْعَوْنَ فَقُولَآ إِنَّا رَسُولُ رَبِّ ٱلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70