caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Taa-Haa, আয়াত ১২২

মক্কা · অৱতৰণৰ ক্ৰম ৪৫ · 20:122

ثُمَّ ٱجْتَبَٰهُ رَبُّهُۥ فَتَابَ عَلَيْهِ وَهَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70