caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ৬৭

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:67

أَوَلَا يَذْكُرُ ٱلْإِنسَٰنُ أَنَّا خَلَقْنَٰهُ مِن قَبْلُ وَلَمْ يَكُ شَيْـًٔا

Assamese Translation - Rafiqul Islam Habibur-Rahmanমানুহে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছোঁ, যেতিয়া সি একোৱেই নাছিল?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70