caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ৪৯

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:49

فَلَمَّا ٱعْتَزَلَهُمْ وَمَا يَعْبُدُونَ مِن دُونِ ٱللَّهِ وَهَبْنَا لَهُۥٓ إِسْحَٰقَ وَيَعْقُوبَ وَكُلًّا جَعَلْنَا نَبِيًّا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলোঁ ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছোঁ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70