caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Maryam, আয়াত ২৯

মক্কা · অৱতৰণৰ ক্ৰম ৪৪ · 19:29

فَأَشَارَتْ إِلَيْهِ قَالُوا۟ كَيْفَ نُكَلِّمُ مَن كَانَ فِى ٱلْمَهْدِ صَبِيًّا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া মাৰয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘কোলাত থকা এটি কেঁচুৱাৰ সৈতে আমি কেনেকৈ কথা পাতিম’?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70