caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Kahf, আয়াত ৮০

মক্কা · অৱতৰণৰ ক্ৰম ৬৯ · 18:80

وَأَمَّا ٱلْغُلَٰمُ فَكَانَ أَبَوَاهُ مُؤْمِنَيْنِ فَخَشِينَآ أَن يُرْهِقَهُمَا طُغْيَٰنًا وَكُفْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আনহাতে সেই শিশুটি--- তাৰ পিতৃ-মাতৃ আছিল মুমিন। ফলত আমি আশংকা কৰিলোঁ যে, সি সীমালংঘন কৰি আৰু কুফৰীৰ দ্বাৰা তেওঁলোকক অতিষ্ঠ কৰি তুলিব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70