caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Kahf, আয়াত ৮১

মক্কা · অৱতৰণৰ ক্ৰম ৬৯ · 18:81

فَأَرَدْنَآ أَن يُبْدِلَهُمَا رَبُّهُمَا خَيْرًا مِّنْهُ زَكَوٰةً وَأَقْرَبَ رُحْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘সেয়ে আমি বিচাৰিলোঁ যে, তেওঁলোকৰ প্ৰতিপালকে যেন তেওঁলোকক ইয়াৰ পৰিবৰ্তে এজন সুসন্তান দান কৰে, যিজন হ’ব পৱিত্ৰতাত উত্তম আৰু মৰম-চেনেহত অতি ঘনিষ্ঠ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70