caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Israa, আয়াত ৩২

মক্কা · অৱতৰণৰ ক্ৰম ৫০ · 17:32

وَلَا تَقْرَبُوا۟ ٱلزِّنَىٰٓ إِنَّهُۥ كَانَ فَٰحِشَةً وَسَآءَ سَبِيلًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে যিনাৰ (ব্যভিচাৰৰ) ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70