caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nahl, আয়াত ১৭

মক্কা · অৱতৰণৰ ক্ৰম ৭০ · 16:17

أَفَمَن يَخْلُقُ كَمَن لَّا يَخْلُقُ أَفَلَا تَذَكَّرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70