caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hijr, আয়াত ৮

মক্কা · অৱতৰণৰ ক্ৰম ৫৪ · 15:8

مَا نُنَزِّلُ ٱلْمَلَٰٓئِكَةَ إِلَّا بِٱلْحَقِّ وَمَا كَانُوٓا۟ إِذًا مُّنظَرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণ নোহোৱাকৈ প্ৰেৰণ নকৰোঁ, আৰু (ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিলে) তেতিয়া সিহঁতে অৱকাশ নাপালেহেঁতেন।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70