caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yusuf, আয়াত ৬০

মক্কা · অৱতৰণৰ ক্ৰম ৫৩ · 12:60

فَإِن لَّمْ تَأْتُونِى بِهِۦ فَلَا كَيْلَ لَكُمْ عِندِى وَلَا تَقْرَبُونِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য-সামগ্ৰী নাই, আনকি তোমালোকে মোৰ ওচৰলৈকেও নাহিবা’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70