caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Bayyina, আয়াত ৭

মদিনা · অৱতৰণৰ ক্ৰম ১০০ · 98:7

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ أُو۟لَٰٓئِكَ هُمْ خَيْرُ ٱلْبَرِيَّةِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70