caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Balad, আয়াত ১৭

মক্কা · অৱতৰণৰ ক্ৰম ৩৫ · 90:17

ثُمَّ كَانَ مِنَ ٱلَّذِينَ ءَامَنُوا۟ وَتَوَاصَوْا۟ بِٱلصَّبْرِ وَتَوَاصَوْا۟ بِٱلْمَرْحَمَةِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70