caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tawba, আয়াত ৯

মদিনা · অৱতৰণৰ ক্ৰম ১১৩ · 9:9

ٱشْتَرَوْا۟ بِـَٔايَٰتِ ٱللَّهِ ثَمَنًا قَلِيلًا فَصَدُّوا۟ عَن سَبِيلِهِۦٓ إِنَّهُمْ سَآءَ مَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70