caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mutaffifin, আয়াত ১৭

মক্কা · অৱতৰণৰ ক্ৰম ৮৬ · 83:17

ثُمَّ يُقَالُ هَٰذَا ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত কোৱা হ’ব, ‘এইটোৱে হৈছে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70