وَسُيِّرَتِ ٱلْجِبَالُ فَكَانَتْ سَرَابًا Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।