caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mursalaat, আয়াত ৪৮

মক্কা · অৱতৰণৰ ক্ৰম ৩৩ · 77:48

وَإِذَا قِيلَ لَهُمُ ٱرْكَعُوا۟ لَا يَرْكَعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70