caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Insaan, আয়াত ৩১

মদিনা · অৱতৰণৰ ক্ৰম ৯৮ · 76:31

يُدْخِلُ مَن يَشَآءُ فِى رَحْمَتِهِۦ وَٱلظَّٰلِمِينَ أَعَدَّ لَهُمْ عَذَابًا أَلِيمًۢا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ যাক ইচ্ছা কৰে তাকেই তেওঁৰ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70