caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Insaan, আয়াত ১

মদিনা · অৱতৰণৰ ক্ৰম ৯৮ · 76:1

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ هَلْ أَتَىٰ عَلَى ٱلْإِنسَٰنِ حِينٌ مِّنَ ٱلدَّهْرِ لَمْ يَكُن شَيْـًٔا مَّذْكُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanকালপ্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিলনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70