caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Jinn, আয়াত ১

মক্কা · অৱতৰণৰ ক্ৰম ৪০ · 72:1

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ قُلْ أُوحِىَ إِلَىَّ أَنَّهُ ٱسْتَمَعَ نَفَرٌ مِّنَ ٱلْجِنِّ فَقَالُوٓا۟ إِنَّا سَمِعْنَا قُرْءَانًا عَجَبًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, মোৰ প্ৰতি অহী কৰা হৈছে যে, নিশ্চয় জিনসকলৰ এটা দলে মনোযোগ সহকাৰে (এই কোৰআন) শুনিছে; তাৰ পিছত কৈছে, ‘নিশ্চয় আমি এক বিস্ময়কৰ কোৰআন শুনিছোঁ,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70