caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Jinn, আয়াত ২

মক্কা · অৱতৰণৰ ক্ৰম ৪০ · 72:2

يَهْدِىٓ إِلَى ٱلرُّشْدِ فَـَٔامَنَّا بِهِۦ وَلَن نُّشْرِكَ بِرَبِّنَآ أَحَدًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যিখনে সত্যৰ পথ দেখুৱায়, সেয়ে আমি তাৰ ওপৰত ঈমান আনিছোঁ। গতিকে আমি কেতিয়াও আমাৰ প্ৰতিপালকৰ সৈতে আন কাকো অংশী স্থাপন নকৰোঁ,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70