caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-A'raaf, আয়াত ১০৬

মক্কা · অৱতৰণৰ ক্ৰম ৩৯ · 7:106

قَالَ إِن كُنتَ جِئْتَ بِـَٔايَةٍ فَأْتِ بِهَآ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া উপস্থাপন কৰা, যদিহে তুমি সত্যবাদী’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70