caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qalam, আয়াত ৯

মক্কা · অৱতৰণৰ ক্ৰম ২ · 68:9

وَدُّوا۟ لَوْ تُدْهِنُ فَيُدْهِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কামনা কৰে যে, তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70