caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qalam, আয়াত ৪৩

মক্কা · অৱতৰণৰ ক্ৰম ২ · 68:43

خَٰشِعَةً أَبْصَٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ وَقَدْ كَانُوا۟ يُدْعَوْنَ إِلَى ٱلسُّجُودِ وَهُمْ سَٰلِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ (সুস্থ) আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70