قَالُوا۟ يَٰوَيْلَنَآ إِنَّا كُنَّا طَٰغِينَ Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালংঘনকাৰী আছিলোঁ’।