caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qalam, আয়াত ২৮

মক্কা · অৱতৰণৰ ক্ৰম ২ · 68:28

قَالَ أَوْسَطُهُمْ أَلَمْ أَقُل لَّكُمْ لَوْلَا تُسَبِّحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70