caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mulk, আয়াত ২৪

মক্কা · অৱতৰণৰ ক্ৰম ৭৭ · 67:24

قُلْ هُوَ ٱلَّذِى ذَرَأَكُمْ فِى ٱلْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, তেৱেঁই তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোকক সমবেত কৰা হ'ব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70