caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ১২৯

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:129

وَكَذَٰلِكَ نُوَلِّى بَعْضَ ٱلظَّٰلِمِينَ بَعْضًۢا بِمَا كَانُوا۟ يَكْسِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70