caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ১০৯

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:109

وَأَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَٰنِهِمْ لَئِن جَآءَتْهُمْ ءَايَةٌ لَّيُؤْمِنُنَّ بِهَا قُلْ إِنَّمَا ٱلْـَٔايَٰتُ عِندَ ٱللَّهِ وَمَا يُشْعِرُكُمْ أَنَّهَآ إِذَا جَآءَتْ لَا يُؤْمِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিশ্চয় নিদৰ্শনসমূহ হৈছে আল্লাহৰ অধীনস্থ’। (হে ঈমান্দাৰসকল!) কিহে তোমালোকক উপলব্ধি কৰাব যে, যেতিয়া সেই (নিদৰ্শন) আহি পৰিব, তেতিয়াও সিহঁতে ঈমান পোষণ নকৰিব?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70