caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hashr, আয়াত ২০

মদিনা · অৱতৰণৰ ক্ৰম ১০১ · 59:20

لَا يَسْتَوِىٓ أَصْحَٰبُ ٱلنَّارِ وَأَصْحَٰبُ ٱلْجَنَّةِ أَصْحَٰبُ ٱلْجَنَّةِ هُمُ ٱلْفَآئِزُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanজাহান্নামৰ অধিবাসীসকল আৰু জান্নাতৰ অধিবাসীসকল কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70