caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mujaadila, আয়াত ২১

মদিনা · অৱতৰণৰ ক্ৰম ১০৫ · 58:21

كَتَبَ ٱللَّهُ لَأَغْلِبَنَّ أَنَا۠ وَرُسُلِىٓ إِنَّ ٱللَّهَ قَوِىٌّ عَزِيزٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে লিখি ৰাখিছে যে, ‘মই আৰু মোৰ ৰাছুলসকলেই নিশ্চিতভাৱে বিজয়ী হ’ম’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70