caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hadid, আয়াত ৬

মদিনা · অৱতৰণৰ ক্ৰম ৯৪ · 57:6

يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَهُوَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়; আৰু তেৱেঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70