caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hadid, আয়াত ২৪

মদিনা · অৱতৰণৰ ক্ৰম ৯৪ · 57:24

ٱلَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ ٱلنَّاسَ بِٱلْبُخْلِ وَمَن يَتَوَلَّ فَإِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত) নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70