caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qamar, আয়াত ৯

মক্কা · অৱতৰণৰ ক্ৰম ৩৭ · 54:9

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ فَكَذَّبُوا۟ عَبْدَنَا وَقَالُوا۟ مَجْنُونٌ وَٱزْدُجِرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও মিছা বুলি ভাবিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ হৈছে এজন উন্মাদ’, আৰু তেওঁক ভাবুকিও দিয়া হৈছিল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70