caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qamar, আয়াত ৭

মক্কা · অৱতৰণৰ ক্ৰম ৩৭ · 54:7

خُشَّعًا أَبْصَٰرُهُمْ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ كَأَنَّهُمْ جَرَادٌ مُّنتَشِرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁতে অপমানিত অৱনমিত নয়নেৰে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70