caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tur, আয়াত ৪০

মক্কা · অৱতৰণৰ ক্ৰম ৭৬ · 52:40

أَمْ تَسْـَٔلُهُمْ أَجْرًا فَهُم مِّن مَّغْرَمٍ مُّثْقَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(হে নবী!) তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70