caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tur, আয়াত ৩০

মক্কা · অৱতৰণৰ ক্ৰম ৭৬ · 52:30

أَمْ يَقُولُونَ شَاعِرٌ نَّتَرَبَّصُ بِهِۦ رَيْبَ ٱلْمَنُونِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) হৈছে এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছোঁ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70