caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Qaaf, আয়াত ৩৭

মক্কা · অৱতৰণৰ ক্ৰম ৩৪ · 50:37

إِنَّ فِى ذَٰلِكَ لَذِكْرَىٰ لِمَن كَانَ لَهُۥ قَلْبٌ أَوْ أَلْقَى ٱلسَّمْعَ وَهُوَ شَهِيدٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ইয়াত উপদেশ আছে তাৰ বাবে, যাৰ আছে অন্তঃকৰণ অথবা যিয়ে মনোযোগ সহকাৰে শ্ৰৱণ কৰে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70